ছূৰা 3 · জুজ 3
Ali 'Imran · 3:63
فَإِنْ تَوَلَّوْا فَإِنَّ اللَّهَ عَلِيمٌ بِالْمُفْسِدِينَ
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।
তাফছীৰ
ইয়াৰ পিছত যদি আপুনি লৈ অহা চৰীয়তৰ পৰা সিহঁতে মুখ ঘূৰাই লয় আৰু আপোনাৰ অনুসৰণ নকৰে তেন্তে এইটোৱেই সিহঁতৰ বিপৰ্যয়। আৰু অৱশ্যে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলক আল্লাহে ভালকৈ জানে আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক