ছূৰা 3 · জুজ 3

Ali 'Imran · 3:58

ذَٰلِكَ نَتْلُوهُ عَلَيْكَ مِنَ الْآيَاتِ وَالذِّكْرِ الْحَكِيمِ

এইটো আমি তোমাৰ ওপৰত তিলাৱাত কৰিছো, আয়াতসমূহ আৰু হিকমতৰ (প্ৰজ্ঞাপূৰ্ণ উপদেশৰ) পৰা।

তাফছীৰ

আমি আপোনাক ঈছা আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ পাঠ কৰি শুনাই আছো, সেয়া এই কথাৰ স্পষ্ট প্ৰমাণ যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেইটো প্ৰকৃত সত্য। আৰু ই মুত্তাক্বীসকলৰ বাবে উপদেশ লগতে ইমান পৰিপক্ক যে, বাতিলে ইয়াৰ কাষো চাপিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক