ছূৰা 3 · জুজ 3

Ali 'Imran · 3:5

إِنَّ اللَّهَ لَا يَخْفَىٰ عَلَيْهِ شَيْءٌ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ

নিশ্চয় আল্লাহ, আকাশ আৰু পৃথিৱীৰ একোৱেই তেওঁৰ ওচৰত গোপন নাথাকে।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয়। তেওঁৰ জ্ঞানে সকলো প্ৰকাশ্য অপ্ৰকাশ্য বস্তু আৱৰি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক