ছূৰা 3 · জুজ 4
Ali 'Imran · 3:142
أَمْ حَسِبْتُمْ أَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا يَعْلَمِ اللَّهُ الَّذِينَ جَاهَدُوا مِنْكُمْ وَيَعْلَمَ الصَّابِرِينَ
তোমালোকে ভৱা নেকি যে তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই?
তাফছীৰ
হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, কোনো পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে এনেই জান্নাতত প্ৰৱেশ কৰিবা, আল্লাহৰ পথত আন্তৰিকতাৰে জিহাদকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ আৰু এই পথত অহা বিপদত ধৈৰ্য ধাৰণকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক