ছূৰা 27 · জুজ 20
An-Naml · 27:71
وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব’?
তাফছীৰ
পুনৰুত্থানক অস্বীকাৰ কৰা আপোনাৰ উম্মতৰ কাফিৰসকলে প্ৰশ্ন কৰে যে, আপুনি আৰু মুমিনসকলে আমাক যি শাস্তিৰ পৰা ভয় দেখুৱায় তথা সতৰ্ক কৰে, সেই শাস্তি কেতিয়া বাস্তৱায়িত হ’ব? যদি আপুনি আপোনাৰ দাবীত সত্যবাদী (তেন্তে আমাক ইয়াৰ নিৰ্দিষ্ট সময় সম্পৰ্কে অৱগত কৰক)।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক