ছূৰা 27 · জুজ 20
An-Naml · 27:58
وَأَمْطَرْنَا عَلَيْهِمْ مَطَرًا ۖ فَسَاءَ مَطَرُ الْمُنْذَرِينَ
আৰু আমি সিহঁতৰ ওপৰত ভয়ংকৰ বৃষ্টি বৰ্ষণ কৰিছিলো, এতেকে ভীতি প্ৰদৰ্শিত সকলৰ বাবে এই বৰষুণ কিমান যে নিকৃষ্ট আছিল!
তাফছীৰ
আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তিৰ বিষয়ে সতৰ্ক কৰা হৈছিল কিন্তু সিহঁতে মানা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক