ছূৰা 27 · জুজ 19

An-Naml · 27:46

قَالَ يَا قَوْمِ لِمَ تَسْتَعْجِلُونَ بِالسَّيِّئَةِ قَبْلَ الْحَسَنَةِ ۖ لَوْلَا تَسْتَغْفِرُونَ اللَّهَ لَعَلَّكُمْ تُرْحَمُونَ

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, কিয় তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হোৱা’?

তাফছীৰ

ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে ৰহমতৰ পূৰ্বেই শাস্তিক কিয় ইমান ক্ষীপ্ৰতাৰে বিচাৰি আছা? তোমালোকে নিজৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তেওঁ তোমালোকৰ প্ৰতি দয়া কৰে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক