ছূৰা 27 · জুজ 19
An-Naml · 27:30
إِنَّهُ مِنْ سُلَيْمَانَ وَإِنَّهُ بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
নিশ্চয় এয়া ছুলাইমানৰ তৰফৰ পৰা আৰু নিশ্চয় এইটো পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,
তাফছীৰ
ছুলাইমানৰ ফালৰ পৰা প্ৰেৰিত এই পত্ৰখন বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমৰ দ্বাৰা আৰম্ভ কৰা হৈছে, (অৰ্থাৎ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত), তথা তাত লিখা আছেঃ
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক