ছূৰা 27 · জুজ 19
An-Naml · 27:2
هُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,
তাফছীৰ
এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰদৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সুসংবাদবাহক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক