ছূৰা 2 · জুজ 2

Al-Baqarah · 2:252

تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۚ وَإِنَّكَ لَمِنَ الْمُرْسَلِينَ

এইবোৰ আল্লাহৰ আয়াত, যিটো আমি তোমাৰ ওপৰত যথাযথভাৱে তিলাৱত কৰো; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভূক্ত।

তাফছীৰ

হে নবী! আমি আপোনাক যিবোৰ পাঠ কৰি শুনাই আছো এয়া আল্লাহৰ স্পষ্ট নিদৰ্শন। ইয়াৰ মাজত আছে সত্য ঘটনা আৰু ন্যায়সংগত বিধান। আৰু নিশ্চয় আপুনি বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুলসকলৰ অন্তৰ্ভূক্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক