ছূৰা 2 · জুজ 2
Al-Baqarah · 2:157
أُولَٰئِكَ عَلَيْهِمْ صَلَوَاتٌ مِنْ رَبِّهِمْ وَرَحْمَةٌ ۖ وَأُولَٰئِكَ هُمُ الْمُهْتَدُونَ
এওঁলোকেই হৈছে সেই সকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সত্পথত পৰিচালিত।
তাফছীৰ
এই ধৰণৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিৰেই আল্লাহে তেওঁৰ নিকটৱৰ্তী ফিৰিস্তাসকলৰ মাজত প্ৰশংসা কৰে। এওঁলোকৰ ওপৰতেই আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় আৰু এওঁলোকেই হিদায়ত প্ৰাপ্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক