ছূৰা 17 · জুজ 15

Al-Isra · 17:78

أَقِمِ الصَّلَاةَ لِدُلُوكِ الشَّمْسِ إِلَىٰ غَسَقِ اللَّيْلِ وَقُرْآنَ الْفَجْرِ ۖ إِنَّ قُرْآنَ الْفَجْرِ كَانَ مَشْهُودًا

সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।

তাফছীৰ

যথাসময়ত পৰিপূৰ্ণভাৱে ছালাত কায়েম কৰক, মাজ আকাশৰ পৰা সূৰ্য ঢলি পৰাৰ পিছত–জোহৰ আৰু আচৰ ইয়াৰ অন্তৰ্ভুক্ত- ৰাতিৰ অন্ধকাৰ পৰ্যন্ত- মাগৰিব আৰু ঈশ্বা ইয়াৰ অন্তৰ্ভুক্ত। ফজৰৰ ছালাত কায়েম কৰক আৰু ইয়াত দীৰ্ঘ তিলাৱত কৰিব। কিয়নো ফজৰৰ সময়ত দিন আৰু ৰাতিৰ ফিৰিস্তা উপস্থিত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক