ছূৰা 17 · জুজ 15

Al-Isra · 17:63

قَالَ اذْهَبْ فَمَنْ تَبِعَكَ مِنْهُمْ فَإِنَّ جَهَنَّمَ جَزَاؤُكُمْ جَزَاءً مَوْفُورًا

আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।

তাফছীৰ

আল্লাহে তাক ক'লেঃ তই আৰু তোৰ অনুসাৰীসকল দূৰ হ। নিশ্চয় জাহান্নামেই হৈছে তোৰ আৰু সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক