ছূৰা 17 · জুজ 15
Al-Isra · 17:109
وَيَخِرُّونَ لِلْأَذْقَانِ يَبْكُونَ وَيَزِيدُهُمْ خُشُوعًا ۩
‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায় আৰু এইটোৱেই তেওঁলোকৰ বিনয় আৰু বৃদ্ধি কৰে’।
তাফছীৰ
তেওঁলোকে আল্লাহৰ সন্মুখত শিৰনত কৰি ছাজদাহ কৰে আৰু তেওঁৰ ভয়ত কান্দি উঠে। কোৰআন শুনি তথা ইয়াৰ অৰ্থ বুজি পাই তেওঁলোকৰ বিনয় আৰু ভয় অধিক বৃদ্ধি পায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক