ছূৰা 16 · জুজ 14

An-Nahl · 16:99

إِنَّهُ لَيْسَ لَهُ سُلْطَانٌ عَلَى الَّذِينَ آمَنُوا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।

তাফছীৰ

সেইসকল লোকৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু নিজৰ সকলো কামতে আল্লাহৰ ওপৰত ভৰসা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক