ছূৰা 16 · জুজ 14

An-Nahl · 16:49

وَلِلَّهِ يَسْجُدُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مِنْ دَابَّةٍ وَالْمَلَائِكَةُ وَهُمْ لَا يَسْتَكْبِرُونَ

আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলো কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোক অহংকাৰ নকৰে।

তাফছীৰ

তথা আকাশমণ্ডলত থকা আৰু পৃথিৱীত বাস কৰা সকলো জীৱে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰে, আৰু ফিৰিস্তাসকলেও কেৱল তেওঁকেই ছাজদাহ কৰে। তেওঁলোকে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য পালনত কেতিয়াও অহংকাৰ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক