ছূৰা 16 · জুজ 14

An-Nahl · 16:128

إِنَّ اللَّهَ مَعَ الَّذِينَ اتَّقَوْا وَالَّذِينَ هُمْ مُحْسِنُونَ

নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল সৎকৰ্মপৰায়ণ।

তাফছীৰ

নিশ্চয় আল্লাহ সেইসকল লোকৰ সহায়ক যিসকলে গুনাহ পৰিত্যাগ কৰি আল্লাহক ভয় কৰে। যিসকল আনুগত্যত অত্যন্ত পূণ্যৱান। তেওঁলোকে ছোৱাবৰ আশাত আল্লাহৰ আদেশ পালন কৰে। এতেকে তেৱেঁই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক