ছূৰা 114 · জুজ 30
An-Nas · 114:4
مِنْ شَرِّ الْوَسْوَاسِ الْخَنَّاسِ
আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
তাফছীৰ
চয়তানৰ অপৰাধৰ পৰা, যেতিয়াই মানুহে আল্লাহৰ যিকিৰৰ পৰা অমনোযোগী হয় তেতিয়াই সি মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। আৰু যেতিয়াই আল্লাহৰ যিকিৰ কৰিবলৈ ধৰে তেতিয়া তেওঁৰ পৰা আঁতৰি যায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক