ছূৰা 111 · জুজ 30

Al-Masad · 111:4

وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ

আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,

তাফছীৰ

আৰু তাৰ স্ত্ৰী উম্মে জামিলেও তাৰ ভিতৰত প্ৰৱেশ কৰিব। যিজনীয়ে আল্লাহৰ ৰাছুলক ৰাস্তাৰ মাজত কঁটা পাতি কষ্ট দিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক