ছূৰা 111 · জুজ 30
Al-Masad · 111:2
مَا أَغْنَىٰ عَنْهُ مَالُهُ وَمَا كَسَبَ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
তাফছীৰ
ধন, সন্তান কোনো বস্তুই তাৰ কোনো উপকাৰত অহা নাই। আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাই। আৰু তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক