ছূৰা 11 · জুজ 12

Hud · 11:19

الَّذِينَ يَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَيَبْغُونَهَا عِوَجًا وَهُمْ بِالْآخِرَةِ هُمْ كَافِرُونَ

যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই আখিৰাত অস্বীকাৰকাৰী।

তাফছীৰ

যিসকলে মানুহক সঠিক পথৰ পৰা বিৰত ৰাখে, আৰু নিজৰ বক্ৰ পথক পোন পথৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে যাতে কোনেও সেই পথত পৰিচালিত হ'ব নোৱাৰে। সেইসকল লোকেই মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক