ছূৰা 103 · জুজ 30

Al-Asr · 103:3

إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ

কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।

তাফছীৰ

কিন্তু যিসকলে আল্লাহ আৰু ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিয়ে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে। এতেকে এই বৈশিষ্ট্যৰ গৰাকীয়ে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক