108:1 · Al-Kawtharজুজ 30 · পৃ. 602إِنَّا أَعْطَيْنَاكَ الْكَوْثَرَ1নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।তাফছীৰঅধ্যয়নবুকমাৰ্ক
108:2জুজ 30 · পৃ. 602فَصَلِّ لِرَبِّكَ وَانْحَرْ2এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।তাফছীৰঅধ্যয়নবুকমাৰ্ক
108:3জুজ 30 · পৃ. 602إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ3নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।তাফছীৰঅধ্যয়নবুকমাৰ্ক