Al-Kafirun

سورة الكافرون

ছূৰা 109 · মক্কী · 6 আয়াত

109:1 · Al-Kafirunজুজ 30 · পৃ. 603

قُلْ يَا أَيُّهَا الْكَافِرُونَ1

কোৱা, ‘হে কাফিৰসকল !
109:2জুজ 30 · পৃ. 603

لَا أَعْبُدُ مَا تَعْبُدُونَ2

তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
109:3জুজ 30 · পৃ. 603

وَلَا أَنْتُمْ عَابِدُونَ مَا أَعْبُدُ3

আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
109:4জুজ 30 · পৃ. 603

وَلَا أَنَا عَابِدٌ مَا عَبَدْتُمْ4

আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
109:5জুজ 30 · পৃ. 603

وَلَا أَنْتُمْ عَابِدُونَ مَا أَعْبُدُ5

আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।
109:6জুজ 30 · পৃ. 603

لَكُمْ دِينُكُمْ وَلِيَ دِينِ6

তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক